জামুগুৰিহাটত চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সামগ্ৰী

জামুগুৰিহাটৰ শান্তিপুৰত সংঘটিত হৈছে চুৰিকাণ্ড। ঘৰত কোনো নথকা সুযোগ লৈ চোৰে লুটি নিলে লাখ লাখ টকাৰ সামগ্ৰী।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সামগ্ৰী

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ শান্তিপুৰত সংঘটিত হৈছে চুৰিকাণ্ড।ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ফণীন্দ্ৰ বৰা নামৰ লোকজনৰ ঘৰৰ পৰা চোৰে লুটি নিলে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰৰ নগতে নগদ ধন।

Advertisment

গৃহস্থই অসুখ দেখুৱাবলৈ বুলি তেজপুৰলৈ যোৱাৰ সময়তে চোৰে লুটপাত সংঘটিত কৰে যদিও নিশাৰ ভাগতহে গৃহস্থ ঘৰলৈ আহি চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে। ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰাম্ভ কৰিছে।

Also Read: ''নাদিহেই পাব লাগিছিল বঁটা, গানৰ নামটোহে ভুল হৈছিল'' স্পষ্টীকৰণ সাংস্কৃতিক পৰিক্রমা বিভাগৰ