/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/43790c43-b2ff-4a70-aa7e-afae2d9134a1/jkkj.jpg)
-
জামুগুৰিহাটৰ চকীঘাটৰ চাৰিশৰনীয়া পথত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷
-
AS-01-N-5515 নম্বৰৰ টাটা নেক্সন আৰু AS-01-N-5515 নম্বৰৰ টমটমৰ মাজত সংঘটিত হয় দুৰ্ঘটনা ৷
-
দুৰ্ঘটনাটোত তিনিটি শিশুসহ ৯ গৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷
-
আহতসকল সংকটজনক অৱস্থাত তেজপুৰ মিছন হস্পিটাল আৰু টাইমছ হস্পিটালত চিকিৎসাধীন বুলি জানিব পৰা গৈছে ৷
-
আহত সকলৰ ভিতৰত টমটমখনৰ ৭ গৰাকী যাত্ৰীৰ উপৰিও ২ গৰাকী টাটা নেক্সন গাড়ীৰ যাত্ৰী৷
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত।
Also Read: ধৰ্মীয় সংখ্যালঘূসকল সদায় শোষিত,বঞ্চিত, লাঞ্চিত হৈ আহিছে : বদৰুল ইছলাম