জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা
  • জামুগুৰিহাটৰ চকীঘাটৰ চাৰিশৰনীয়া পথত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷

  • AS-01-N-5515 নম্বৰৰ টাটা নেক্সন আৰু AS-01-N-5515 নম্বৰৰ টমটমৰ মাজত সংঘটিত হয় দুৰ্ঘটনা ৷

  • দুৰ্ঘটনাটোত তিনিটি শিশুসহ ৯ গৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷

  • আহতসকল সংকটজনক অৱস্থাত তেজপুৰ মিছন হস্পিটাল আৰু টাইমছ হস্পিটালত চিকিৎসাধীন বুলি জানিব পৰা গৈছে ৷

  • আহত সকলৰ ভিতৰত টমটমখনৰ ৭ গৰাকী যাত্ৰীৰ উপৰিও ২ গৰাকী টাটা নেক্সন গাড়ীৰ যাত্ৰী৷

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত।

জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা
ধৰ্মীয় সংখ্যালঘূসকল সদায় শোষিত,বঞ্চিত, লাঞ্চিত হৈ আহিছে : বদৰুল ইছলাম

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in