/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/crime.jpg)
জামুগুৰিহাটৰ তৌভঙাত নিশা উৱলি যোৱা অচিনাক্ত মৃতদেহ উদ্ধাৰ।
এজোপা বাঁহগছৰ মাজত চিপজৰি লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে গেলিজোৱা মৃতদেহটো।
বতাহত ভাঁহি অহা দুৰ্গন্ধৰ উৎস বিছাৰি স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো।
মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই।
ঘটনাস্হলীত নিশা জামুগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us