জামুগুৰিহাটত অগ্নিকাণ্ডঃ জুইত জাহ গ'ল কেইবাখনো ব্যাৱসায়িক প্ৰতিষ্ঠান

জামুগুৰিহাটত অগ্নিকাণ্ডঃ জুইত জাহ গ'ল কেইবাখনো ব্যাৱসায়িক প্ৰতিষ্ঠান
  • জামুগুৰিহাটৰ ইটাখোলাৰ দিকৰাই সপ্তাহিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড৷

  • ৬ খনকৈ দোকান ঘৰ জ্বলি ভষ্মীভূত ৷

  • অগ্নি নিৰ্ব্বাপক বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম ৷

  • অগ্নিকাণ্ডৰ কাৰন জানিব পৰা হোৱা নাই ৷

  • কথমপি প্ৰাণ ৰক্ষা বহু লোকৰ ৷

  • সমীপতে থকা বহুটো দোকানৰ সম্পত্তি ৰক্ষা পৰিল অগ্নিকাণ্ডৰ পৰা ৷

  • অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত ইটাখোলা আৰক্ষীৰ তদন্ত অব্যাহত ৷

জামুগুৰিহাটত অগ্নিকাণ্ডঃ জুইত জাহ গ'ল কেইবাখনো ব্যাৱসায়িক প্ৰতিষ্ঠান
'নেতা'ই নহয়, ন'টাও আছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in