অসম মুখ্য-পৃষ্ঠা পুখুৰীত পৰি সন্ধানহীন যুৱক… পুখুৰীত পৰি সন্ধানহীন যুৱক… asomiyapratidin 12 Jul 2022 17:12 IST Follow UsNew Updateজখলাবন্ধাৰ গৰুবন্ধাত অঘটন।পুখুৰীত পৰি সন্ধানহীন এজন যুৱক।সন্ধানহীন ৰাজিবুল হুছেইন নামৰ যুৱকজন।দুই বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল ৰাজিবুল।ৰাজিবুলৰ সন্ধানত স্থানীয় লোকৰ অভিযান।ঘটনাস্থলীত উপস্থিত জখলাবন্ধা আৰক্ষী assam missingআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক