অসম মুখ্য-পৃষ্ঠা জাগীৰোডত নৈশ বাছ দুৰ্ঘটনাগ্রস্ত জাগীৰোডত নৈশ বাছ দুৰ্ঘটনাগ্রস্ত asomiyapratidin 04 Aug 2022 07:49 IST Follow UsNew Updateজাগীৰোডত নৈশ বাছ দুৰ্ঘটনাগ্রস্ত।ট্রাকত খুন্দা দ্বীপ ট্রেভেলছ নামৰ নৈশ বাছখনৰ।দুৰ্ঘটনাত আহত বাছখনৰ কেইবাগৰাকীও যাত্রী।গুৱাহাটীৰ পৰা ডিগবৈ অভিমুখী আছিল বাছখন।দুৰ্ঘটনাগ্রস্ত বাছখনৰ নম্বৰ AR 01 M 7943। jagiroad assam road accidentআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক