New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/road-cc.jpg)
- জাগীৰোডৰ নেলীত ভয়ংকৰ পথ দুৰ্ঘটনা।
- শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
- নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পুখুৰীত পৰে এখন হোণ্ডাই ক্ৰেটা বাহন।
- AS-05Q-9717 নম্বৰৰ বাহনখনত আছিল তিনিজন যাত্ৰী।
- সৌভাগ্যক্ৰমে ৰক্ষা পৰে পিতৃ-মাতৃ আৰু কন্যা।
- গুৱাহাটীৰ পৰা বোকাখাট অভিমুখী আছিল বাহনখন।
- আৰক্ষী আৰু স্থানীয় লোকে পুখুৰীৰ পৰা উদ্ধাৰ কৰে বাহনখন।