জাগীৰোডত লোমহৰ্ষক হত্যাকাণ্ডঃ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ'ল ৩বছৰীয়া শিশুৰ

জাগীৰোডত লোমহৰ্ষক হত্যাকাণ্ডঃ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ'ল ৩বছৰীয়া শিশুৰ

  • জাগীৰোডৰ নেলী-কাৰ্বিআংলং সীমান্তৱৰ্তী আগ্ৰাকুছিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড।

  • বাবু পাহাৰীয়া নামৰ এগৰাকী লোকে কাষৰীয়া ঘৰৰ এগৰাকী মহিলা আৰু ৩ বছৰীয়া পুত্ৰক দাৰে ঘপিয়াই নিজে আত্মহত্যা কৰে।

  • ৩ বছৰীয়া শিশুটিৰ থিতাতে মৃত্যু হোৱাৰ লগতে মণি পাহাৰীয়া নামৰ মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

  • মহিলাৰগৰাকীৰ স্বামী ঘৰত নথকাৰ সুযোগ লৈ এই হত্যাকাণ্ড সংঘটিত কৰে বাবু পাহাৰীয়া নামৰ লোকজনে ।

  • ঘটনাস্থলীত কাৰ্বিআংলং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

জাগীৰোডত লোমহৰ্ষক হত্যাকাণ্ডঃ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ'ল ৩বছৰীয়া শিশুৰ
লোকসভা নিৰ্বাচন উপলক্ষে স্থানীয় বন্ধ ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in