নতুন দিল্লীত ভোটাধিকাৰ সাব্যস্ত অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ

নতুন দিল্লীত ভোটাধিকাৰ সাব্যস্ত অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ

author-image
asomiyapratidin
New Update
নতুন দিল্লীত ভোটাধিকাৰ সাব্যস্ত অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ

  • নতুন দিল্লীৰ পশ্চিম দিল্লী লোকসভা সমষ্টিত দেওবাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে৷
  • জনকপুৰিৰ চিই প্ৰাথমিক বিদ্যালয়ত পত্নীসহ সাধাৰণ জনসাধৰণৰ সৈতে শাৰীপাতি ভোটাধিকাৰ সাব্যস্ত ৰাজ্যপালগৰাকীৰ।
  • সাধাৰণ জনতাৰ সৈতে খোজকাঢ়ি গৈ ভোটাধিকাৰ সাব্যস্ত কৰে ৰাজ্যপালগৰাকীয়ে।
  • কোনো ৰাজনৈতিক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি দিল্লীবাসী ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনাই তেখেতে।
  • পশ্চিম দিল্লীত বিজেপিৰ পাৰভেজ বাৰ্মা, আপৰ বলবীৰ সিং আৰু কংগ্ৰেছৰ মহাবীল মিশ্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।