অসম আৰক্ষীৰ নতুন মুখপাত্ৰ নিযুক্তি...

অসম আৰক্ষীৰ নতুন মুখপাত্ৰ নিযুক্তি...
অসম আৰক্ষীৰ নতুন মুখপাত্ৰ নিযুক্তি...
  • অসম আৰক্ষীৰ নতুন মুখপাত্ৰ নিযুক্তি।

  • আই পি এছ বিষয়া প্ৰশান্ত কুমাৰ ভূঞাক দিয়া হৈছে এই দায়িত্ব।

  • অসম আৰক্ষীৰ সকলো ধৰণৰ তথ্য যোগান ধৰিব এইগৰাকী বিষয়াই।

  • ডিজিপিৰ সৈতে সম্পৰ্কিত সকলো বিষয়ৰো তথ্য তথা মতামত দিয়াৰ দায়িত্ব আই পি এছ বিষয়া ভূঞাক।

  • অসম আৰক্ষীৰে জড়িত সংবাদ বা কোনো বিষয়ত সাংবাদিকৰ আগত মতামত দিয়াৰো দায়িত্ব ভূঞাক।

  • বুধবাৰে নতুন আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক নিৰ্দেশনাৰ জৰিয়তে এই দায়িত্ব অৰ্পন কৰিছে তেওঁক।

অসম আৰক্ষীৰ নতুন মুখপাত্ৰ নিযুক্তি...
কলিজা আইতা আৰু নাই...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in