হাস্পতালৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

নগাঁৱত হাস্পতালৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ। নগাঁৱৰ কপিলী হাস্পতালৰ বিৰুদ্ধে হৈছিল গোচৰ ৰুজু। গোচৰ ৰুজু হৈছিল নগাঁও মেডিকেল কলেজৰ বিৰুদ্ধেও। মানৱ অধিকাৰ আয়োগত ৰুজু কৰিছে গোচৰ।

author-image
Asomiya Pratidin
New Update
হাস্পতালৰ বিৰুদ্ধে গোচৰ ৰুজু

হাস্পতালৰ বিৰুদ্ধে গোচৰ ৰুজু

  • নগাঁৱত হাস্পতালৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ
  • নগাঁৱৰ কপিলী হাস্পতালৰ বিৰুদ্ধে হৈছিল গোচৰ ৰুজু
  • গোচৰ ৰুজু হৈছিল নগাঁও মেডিকেল কলেজৰ বিৰুদ্ধেও
  • মানৱ অধিকাৰ আয়োগত ৰুজু কৰিছে গোচৰ
  • ২০২৫ৰ ১৮ ফেব্ৰুৱাৰীত ৰাজ্যিক মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছিল ড° সুৰজিত ভাগৱতীয়ে
  • চিকিৎসাত হেমাহিৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগত গোচৰ ৰুজু
  • সুৰজিত ভাগৱতীৰ কন্যাৰ চিকিৎসাত হৈছিল হেমাহি
  • ভাগৱতীৰ কন্যা অংগনা ভৰদ্বাজৰ মৃত্যু হৈছিল ২০২৪ৰ ১৬ ডিচেম্বৰত
  • নগাঁও জিলা আয়ুক্তক এজন জেষ্ঠ ন্যায়ধীশৰ দ্বাৰা তদন্তৰ নিৰ্দেশ দিয়ে আয়োগে
নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল নগাওঁ