/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/7f557d2e-0b1d-4115-a544-e07f45a850d8/arohan.jpg)
chess champion
ডিজিটেল ডেস্ক : ৯ বছৰ অনুৰ্ধৰ দবা প্ৰতিযোগিতাত চেম্পিয়ন খিতাপ অৰ্জন কৰিলে আৰোহণে। ছেমফ'ৰ্ড ফিউচাৰেষ্টিক বিদ্যালয়ত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। উল্লেখ্য যে কিছু দিন পূৰ্বে অনুষ্ঠিত হোৱা ৪৫ সংখ্যক আন্ত:জিলা দবাত ৯ অনুৰ্ধৰ খেলত চেম্পিয়ন হৈছিল গুৱাহাটীৰ আৰোহণে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c92eedea-85fe-4e9c-94c1-718031dac063/2111.jpg)
ৰাষ্ট্ৰীয় পৰ্যায়তো ধাৰাবাহিকভাৱে আৰোহণে সফলতা লাভ কৰি আহিছে। আৰোহণ হ'ল বিশিষ্ট চিকিৎসক ডা: অৰূপ কুমাৰ নাথৰ পুত্ৰ।