প্ৰসংগ- ইন্দ্ৰাণী তহবিলদাৰঃ নলবাৰীত চানমাৰি আৰক্ষীৰ দল

প্ৰসংগ- ইন্দ্ৰাণী তহবিলদাৰঃ নলবাৰীত চানমাৰি আৰক্ষীৰ দল

ডিজিটেল ডেস্কঃ অব্যাহত আছে বিজেপি নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যা ঘটনাৰ তদন্ত। এই ঘটনাৰ তদন্তৰ অংশ হিচাপে সোমবাৰৰ সন্ধিয়া নলবাৰীত উপস্থিত হৈছে চানমাৰি আৰক্ষীৰ এটা দল। ইতিমধ্যেই আৰক্ষী জিম্মাত থকা ৰেখান্ত দাস আৰু অসীম চক্রৱৰ্তীক লৈ এই অভিযান চলাব দলটোৱে।

উক্ত দুই অভিযুক্তই জেৰাত মৃগাংক বৰ্মন নামৰ আন এজন বিজেপি নেতাৰ নাম উল্লেখ কৰাৰ ভিত্তিতেই নলবাৰীত উপস্থিত হৈছে দলটো। উল্লেখ্য মৃগাংক বৰ্মনক তলব কৰিছে ডি চি পিয়ে। ইপিনে এই ঘটনাৰে জড়িত দ্বিবন ডেকাকো নিজ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে চানমাৰি আৰক্ষীয়ে।

প্ৰসংগ- ইন্দ্ৰাণী তহবিলদাৰঃ নলবাৰীত চানমাৰি আৰক্ষীৰ দল
উদক ভেটা ৰখীয়াঃ অনিয়ম সংঘটিত কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা নলয় যোগান বিভাগে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in