New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/3f823318-45d0-4695-a14d-7378ea111a11/asomiyapratidin_2023_01_14fe4752_c293_4250_9b61_ea8f54312565_indibar_deuri.avif)
বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱি,জনজাতি বিশেষজ্ঞ ইন্দিবৰ দেউৰী আৰু নাই
বৰ্ষীয়ান শিক্ষাবিদ গৰাকী বহু দিনৰে পৰাই অসুস্থ হৈ আছিল
৪ জানুৱাৰীত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতক ভৰ্তি কৰোৱা হৈছিল
পুৱা ছয় বজাত প্ৰবীন বুদ্ধিজীৱি গৰাকীয়ে নশ্বৰ দেহ ত্যাগ কৰে
জননেতা, সমাজ বিজ্ঞানী, লেখক ভীমবৰ দেউৰীৰ পুত্ৰ আছিল ইন্দিবৰ দেউৰী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us