ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেলৰ বাবে ১৬ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ৰ টিকট মুকলি...

অহা ২ অক্টোবৰত অনুষ্ঠিত হ'বলগা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেলৰ বাবে টিকট মুকলি। ১৬ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ৰ টিকট মুকলি

author-image
Asomiya Pratidin
New Update
ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেলৰ বাবে ১৬ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ৰ টিকট মুকলি...

india vs south africa

ডিজিটেল ডেস্ক : অসম ক্ৰিকেট সন্থাৰ সংবাদমেল। অহা ২ অক্টোবৰত অনুষ্ঠিত হ'বলগা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেলৰ বাবে টিকট মুকলি। ১৬ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ৰ টিকট মুকলি। দৰ্শকে ১১ বজাৰ পৰা ক্ৰয় কৰিব পাৰিব টিকট। প্ৰথম পৰ্যায়ত ১৫ হাজাৰ টিকট।

আনহাতে, দ্বিতীয় পৰ্যায়ত ২৬ তাৰিখে ৫ হাজাৰ টিকট মুকলি কৰি দিয়া হ'ব। Book My showৰ জড়িয়তে বুক কৰিব পাৰিব টিকট। ছাত্র-ছাত্ৰীৰ বাবে টিকটৰ মূল্য ৪৭৫ টকা। প্ৰতিকূল বতৰৰ লগত মোকাবিলা কৰিবৰ বাবেও সম্পূর্ণ সাজু অসম ক্ৰিকেট সন্থা।

আমেৰিকাৰ পৰা অনা হৈছে ২টাকৈ কভাৰ। ২ হাজাৰ টকাৰ পৰা ৬ হাজাৰ টকালৈ নিৰ্ধাৰণ টিকটৰ মূল্য।

assam south africa india