অসম ক্রীড়া-জগত কমনৱেলথ গেমছত ভাৰতৰ পুনৰ ২ টা পদক লাভ… কমনৱেলথ গেমছত ভাৰতৰ পুনৰ ২ টা পদক লাভ… asomiyapratidin 01 Aug 2022 23:33 IST Follow UsNew Updateকমনৱেলথ গেমছত ভাৰতৰ আন দুটি সাফল্য। ।জুডুত মণিপুৰৰ সুশীলা দেৱীৰ ৰূপৰ পদক অৰ্জন।৪৮ কেজি শাখাত প্রতিদ্বন্দ্বীতা কৰিছিল সুশীলা দেৱীয়ে।আনহাতে জুডুত ব্রঞ্জৰ পদক অৰ্জন বিজয় কুমাৰৰ।পুৰুষৰ ৬০ কেজি শাখাত ব্রঞ্জৰ পদক অৰ্জন। manipur common wealth games silverআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক