New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/e5d8a45e-44f6-4e7e-a693-09850a4142fc/download.jpg)
ভাৰত-বাংলাদেশ সীমান্তত BSFৰ গুলীচালনা।
চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা BSFৰ।
বাংলাদেশীৰ দলটোত আছিল ১৫-২০ জন সৰবৰাহকাৰী।
কৰ্তব্যৰত BSFৰ জোৱানক শিলগুটিৰে আক্রমণৰ চেষ্টা।
গুলীচালনাৰ ঘটনাত নিহত দুই গৰু সৰবৰাহকাৰী।