/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5b7e01c6-4dc7-47eb-90ff-41d01547df21/college_admission.jpg)
একাদশ শ্ৰেণীৰ নামভৰ্তিকৰণৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা
২০২৩ বৰ্ষৰ প্রথম বৰ্ষত নামভৰ্তিৰ আবেদন প্রক্রিয়া
১৭ জুনলৈকে অনলাইনযোগে আবেদন কৰিব পাৰিব আবেদনকাৰীয়ে
১৯ৰ পৰা ২১ জুনত প্রস্তুত হ’ব নামভৰ্তিৰ তালিকা
অস্থায়ী, অপেক্ষাৰতৰ তালিকা প্রকাশ হ’ব ২১ জুনৰ মাজনিশা
২৪ জুনলৈ বাহাল থাকিব ইয়াৰ মান্যতা
২২ জুনৰ পৰা ২৪ জুনলৈ চলিব নামভৰ্তি প্রক্রিয়া
২৬ ৰ পৰা ২৮ জুনত প্রকাশ হ’ব নামভৰ্তিৰ সম্পূৰ্ণ তালিকা
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জনাইছে এই তথ্য
Also Read: "বিপৰ্যয়ে" ধ্বংসলীলা চলোৱাৰ আশংকা তিনিখনকৈ ৰাজ্যত, সাৱধানবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ