New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/78b8a41f-7db8-46d8-b99f-63896e89d410/pic_eimuhurtor_khobor_copy.jpg)
-
চন্দ্ৰপুৰৰ পশ্চিম মায়ঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং ডিজেল ।
-
গুৱাহাটীৰ পৰা মায়ঙলৈ নি থকা অৱস্থাত জব্দ ডিজেল কঢ়িয়াই নিয়া বাহন খন ।
-
বীৰ লাচিত সেনাৰ সহস্যই জব্দ কৰিলে বাহন খন ।
-
৬ টা ড্ৰামত প্ৰায় এহেজাৰ ডিজেল থকা বুলি সন্দেহ আৰক্ষীৰ ।