New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/iit-guwahati-05.jpg)
- আই আই টি গুৱাহাটীত কোভিডৰ গণসংক্রমণ।
- অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি।
- আক্রান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা শিক্ষাৰ্থী।
- বাহিৰলৈ অহা-যোৱা কৰা বন্ধ কৰা হৈছে শিক্ষাপ্রতিষ্ঠানখনত।
- আই আই টিত নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ।
- বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহতো ধৰা পৰিছে কোভিডৰ উপস্থিতি।