এ পি এছ চিৰ নতুন অধ্যক্ষ নিযুক্তি…

এ পি এছ চিৰ নতুন অধ্যক্ষ নিযুক্তি…

author-image
asomiyapratidin
New Update
ভেকোভাওনা ! লোক অধিবক্তা অবিহনেই চলিছে APSC গোচৰ…

  • অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি।
  • আই এ এছ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰী আয়োগৰ নতুন নিযুক্তি।
  • পূৰ্বেও এ পি এছ চিৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল ভাৰত ভূষণ দেৱ চোধুৰীয়ে।
  • এ পি এছ চিৰ পৰীক্ষা নিয়ন্ত্ৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল চৌধুৰীয়ে।
  • তাৰ পূৰ্বে মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপেও কাৰ্মৰত আছিল ভাৰত ভূষণ দেৱ চৌধুৰী।
assam guwahati himanta biswa sarma