পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি : প্ৰেট্ৰল ঢালি স্বামীয়ে জ্বলাই দিলে পত্নীক...

author-image
Asomiya Pratidin
New Update
পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি : প্ৰেট্ৰল ঢালি স্বামীয়ে জ্বলাই দিলে পত্নীক...

  • বোকাখাত নাহৰজান চাহ বাগিছাৰ ৩ নং লাইনত পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি।

  • বুধবাৰে পুৱা প্ৰেট্ৰল ঢালি অগ্নি সংযোগ কৰিলে পত্নীক।

  • স্বামী মধু নায়কে কৰ্মস্থলীলৈ যোৱাৰ পথত পত্নী মেঘা নায়কক কৰিলে অগ্নি সংযোগ।

  • যাৰ ফলত শৰীৰৰ ৬০ শতাংশ অগ্নিত দগ্ধ হয় পত্নী মেঘা নায়কৰ।

  • বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত ততাতয়াকৈ যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ মেঘা নায়কক।

  • স্বামী মধু নায়কক উত্তম মাধ্যম স্থানীয় ৰাইজৰ।

  • গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত স্বামী মধু নায়কক বোকাখাত আৰক্ষীৰ তৎপৰতাত বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি ।

bokakhat assam