New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0982e629-8ce0-48b7-be62-9204d397741e/download.jpg)
মানকাচৰৰ সুখচৰৰ পাইকাৰ কান্দি গাঁৱত হত্যাকাণ্ড।
স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক।
মৃত মহিলাগৰাকীৰ নাম ৰুবিয়া খাতুন।
এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ৰুবিয়া খাতুন।
অভিযুক্ত মফিদুল মণ্ডলক আটক আৰক্ষীৰ।