স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক...

মানকাচৰৰ সুখচৰৰ পাইকাৰ কান্দি গাঁৱত হত্যাকাণ্ড।
স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক...
  • মানকাচৰৰ সুখচৰৰ পাইকাৰ কান্দি গাঁৱত হত্যাকাণ্ড।

  • স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক।

  • মৃত মহিলাগৰাকীৰ নাম ৰুবিয়া খাতুন।

  • এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ৰুবিয়া খাতুন।

  • অভিযুক্ত মফিদুল মণ্ডলক আটক আৰক্ষীৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in