New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- মঙলদৈত চাঞ্চল্যকৰ হত্যাকাণ্ড।
- স্বামীয়ে হানি-খুঁচি হত্যা কৰিলে পত্নীক।
- অভিযুক্ত স্বামী বান্দিয়াৰ নুৰ ইছলাম বুলি জানিব পৰা গৈছে।
- পত্নী আজিয়া বেগমৰ সৈতে মঙলদৈত ভাড়াঘৰত আছিল নুৰ।
- মঙলদৈ চহৰৰ ২নং ৱাৰ্ডত সংঘটিত এই হত্যাকাণ্ড।
- কিহৰ বাবে এই হত্যাকাণ্ড সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই।
- সোমবাৰে নিশা সংঘটিত হয় এই ঘটনা।
- ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে নুৰক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us