/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6a1f99b3-876e-4fa4-912e-f246a45cd62d/download.jpg)
doomdoma murder
-
দক্ষিণ কামৰূপৰ গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড।
-
শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।
-
পৰকীয়া প্রেমৰ বাবে প্রাণ হেৰুৱালে মহিলা গৰাকী।
-
হত্যাৰ অভিযোগ উত্থাপন হৈছে ,মহিলা গৰাকীৰ স্বামীৰ বিৰুদ্ধে।
-
হত্যাৰ বলি হোৱা মহিলা গৰাকী গৰ্ভৱতী আছিল।
-
অভিযুক্ত আকতাৰ হুছেইনে হত্যা কৰিলে পত্নী ছাজিদা বেগমক।
-
ছাজিদাক হত্যাৰ পিছত পলায়ন কৰে আকতাৰৰ পৰিয়াল।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।