অসম মুখ্য-পৃষ্ঠা গোৱালপাৰাত চাঞ্চল্য! পত্নীক হত্যা কৰি বাসগৃহত অগ্নিসংযোগ… গোৱালপাৰাত চাঞ্চল্য! পত্নীক হত্যা কৰি বাসগৃহত অগ্নিসংযোগ… asomiyapratidin 28 Aug 2022 08:22 IST Follow UsNew Updateগোৱালপাৰাৰ লক্ষীপুৰৰ ধোবাকুৰা গাঁৱত হত্যাকাণ্ড।আব্দুছ ছালাম নামৰ লোকজনে পত্নীক হত্যা কৰাৰ অভিযোগ।মৃত মহিলাগৰাকীৰ নাম মফিদা খাতুন।হত্যাৰ পিছতে বাসগৃহত অগ্নিসংযোগ কৰে অভিযুক্ত আব্দুছে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। goalpara murder assam Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক