New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
bokajan lightning
ডিমা হাছাওৰ হাৰাংগাজাওত চাঞ্চল্যকৰ ঘটনা।
ঘৰৰ ভিতৰতে পত্নীক জ্বলাই দিলে এজনে।
জয়চৰণ লাংথাচা নামৰ লোকজনৰ বিৰুদ্ধে এই অভিযোগ।
তিনিদিন পূৰ্বে সংঘটিত হৈছিল এই হত্যাকাণ্ড।
বৃহস্পতিবাৰে আৰক্ষীৰ তদন্তত পোহৰলৈ আহে ঘটনা।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰে হত্যাকাৰী জয়চৰণ লাংথাচাক।
নিহত পত্নীৰ নাম বিনীতা হাফলংবাৰ।