/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/9d6aca86-00f1-48e3-a23c-8b76e8d42ef1/dead.jpg)
মৃত মহিলা
ডিজিটেল ডেস্ক: চাপৰৰ হাতীপোতাত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। সুৰাপায়ী স্বামীৰ হাতত প্রাণ গ’ল পত্নীৰ।
নিহত মহিলাগৰাকীৰ নাম ৰেহেনা খাতুন বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি অভিযুক্ত আৰু তেওঁৰ পৰিয়ালে মহিলা গৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে।
এই ঘটনাৰ পাছতেই শালকোচা আৰক্ষী উপস্থিত হৈ আটক কৰে অভিযুক্ত ৰবিয়াল মণ্ডলক। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us