নিজ গৃহতে স্বামীয়ে হত্যা কৰিলে পত্নীক, পলাতক...

বোকাখাতৰ কুৰুৱাবাহীত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। স্বামীয়ে হত্যা কৰিলে পত্নীক। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।

author-image
Asomiya Pratidin
New Update
নিজ গৃহতে স্বামীয়ে হত্যা কৰিলে পত্নীক, পলাতক...

husband killed wife

ডিজিটেল সংবাগ, বোকাখাত: বোকাখাতৰ কুৰুৱাবাহীত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। স্বামীয়ে হত্যা কৰিলে পত্নীক। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।

অভিযোগ অনুসৰি স্বামী মানস গাংগুলীয়ে হত্যা কৰিলে পত্নী পাপৰি শইকীয়া গাংগুলীক। নিজ গৃহতে নিশা এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়।।

হত্যাকাৰী স্বামী বৰ্তমান পলাতক অৱস্থাত আছে।পাৰিবাৰিক সংঘাতৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ স্থানীয়লোকৰ।

উলংগ অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

assam Assam police crime murder