New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/6bfe8ca9-366d-4752-8c79-022775a3e200/download.jpg)
-
বিহালীৰ জিনজিয়াৰ মাদুৰালীত চাঞ্চল্যকৰ হত্যাকাণ্ড।
-
স্বামীৰ কুঠাৰৰ আঘাতত প্রাণ গ’ল মহিলাৰ।
-
নিহত মহিলাগৰাকীৰ নাম মীৰা গোড়।
-
হত্যাকাৰী স্বামী সীতাৰাম গোড়ক গ্রেপ্তাৰ আৰক্ষীৰ।
-
সুৰাৰ ৰাগীত মাতাল হৈ সংঘটিত কৰে এই হত্যাকাণ্ড।