স্বামীৰ আক্ৰমণত প্ৰাণ গ'ল মহিলাৰ

বিহালীৰ জিনজিয়াৰ মাদুৰালীত চাঞ্চল্যকৰ হত্যাকাণ্ড।
স্বামীৰ আক্ৰমণত প্ৰাণ গ'ল মহিলাৰ
  • বিহালীৰ জিনজিয়াৰ মাদুৰালীত চাঞ্চল্যকৰ হত্যাকাণ্ড।

  • স্বামীৰ কুঠাৰৰ আঘাতত প্রাণ গ’ল মহিলাৰ।

  • নিহত মহিলাগৰাকীৰ নাম মীৰা গোড়।

  • হত্যাকাৰী স্বামী সীতাৰাম গোড়ক গ্রেপ্তাৰ আৰক্ষীৰ।

  • সুৰাৰ ৰাগীত মাতাল হৈ সংঘটিত কৰে এই হত্যাকাণ্ড।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in