New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-3.jpg)
- মহানগৰীৰ সাতগাঁৱৰ আমচিং যোৰাবাটত চাঞ্চল্যকৰ ঘটনা
- স্বামী মহিবুৰ ৰহমানৰ দাৰ আহত হাফিজা বেগম।
- গুৰুতৰভাৱে আহত মহিলাগৰাকীক GMCHলৈ প্রেৰণ।
- বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
- ঘটনা সন্দৰ্ভত সাতগাঁও থানাত এজাহাৰ দাখিল হাফিজাৰ পৰিয়ালৰ।
- বৰ্তমান পলাতক স্বামী মহিবুৰ ৰহমান।