/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
-
সম্পূৰ্ণ ৪ টা বছৰ পিছত ফাদিল হ'ল কামাখ্যা মন্দিৰৰ নৰবলি কাণ্ডৰ ৰহস্য
-
২০১৯ চনৰ অম্বুবাচীৰ পূৰ্বে উদ্ধাৰ হৈছিল মুণ্ডহীন মৃতদেহ
-
নৰবলিৰ সন্দেহ কৰা হৈছিল সমগ্ৰ কাণ্ডৰ
-
ক্ৰাইম ব্ৰাঞ্চে ৪ বছৰ পাছত ফাদিল কৰিলে ৰহস্য
-
৪ জনকৈ লোকে হত্যা কৰিছিল মহিলাগৰাকীক
-
মহিলা গৰাকীৰ ডিঙি কাটি নৰবলিৰ ৰূপ দিছিল হত্যাকাৰীয়ে
-
ইতিমধ্যে ৩ হত্যাকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ
-
সমগ্ৰ হত্যাকাণ্ডত কোনো তান্ত্ৰিকৰ সহায় লোৱাৰো সন্দেহ আৰক্ষীৰ
-
এই তান্ত্ৰিকজনেই আছিল সমগ্ৰ ঘটনাৰাজীৰ মাষ্টাৰমাইণ্ড
-
বহি : ৰাজ্যৰ তান্ত্ৰিকজন বৰ্তমান পলাতক