ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ চোৰাং বেহাঃ লামডিং ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ চুপাৰী জব্দ…

ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ চোৰাং বেহাঃ লামডিং ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ চুপাৰী জব্দ…

author-image
asomiyapratidin
New Update
ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ চোৰাং বেহাঃ লামডিং ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ চুপাৰী জব্দ…

  • ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ক'লা বেহা ।
  • লামডিঙ ৰে'লৱে জংচনত বৃহৎ পৰিমাণ বাৰ্মিজ চুপাৰী জব্দ।
  • নামনিমুৱা অৱধ আচাম এক্সপ্ৰেছ ৰে'লখনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ চুপাৰী।
  • ৰে'লখনৰ এটা সধাৰণ ডবাৰ পৰা জব্দ কৰা হৈছে প্ৰায় ৯৩ কেজি বাৰ্মিজ চুপাৰী।
  • ১৫৯০৯ নামনিমুৱা অৱধ অসম এক্সপ্ৰেছৰ সাধাৰণ ডবাৰ পৰা জব্দ কৰা হয় চুপাৰীখিনি।
  • আনফালে দুদিন পূৰ্বে লামডিঙ জংচনত প্ৰায় ১৫০ কেজি নিষিদ্ধ বাৰ্মিজ চুপাৰী জব্দ কৰা হৈছিল।
  • দিনে নিশাই ৰে'ল আৰক্ষীৰ চকু সন্মুখেৰে ৰে'লত সৰবৰাহ কৰা হৈছে বাৰ্মিজ চুপাৰী।
  • চুপাৰী চিণ্ডিকেটৰ ব্যৱসায়ীয়ে কেৰেপ নকৰে ৰে'ল আৰক্ষীক।
  • লক্ষাধিক টকা মূল্যৰ চুপাৰীখিনি ডিমাপুৰৰ পৰা সৰবৰাহ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷