New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান।
অভিযানত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ।
আৰক্ষীয়ে আটক কৰে ৫ চুপাৰি সৰবৰাহকাৰীক।
এখন ট্রাকৰ পৰা ১৬০ বস্তা সন্দেহযুক্ত বাৰ্মিজ চুপাৰি জব্দ।
ধৃত ৰছিদুল হক, ইয়াৰুপ আলী, হবিবৰ ৰহমান, ৰাজিবুল হক, কাছিমুদ্দিন আলী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us