শিলচৰত বৃহৎ পৰিমাণৰ বাৰ্মিজ চিগাৰেট জব্দ…

শিলচৰত বৃহৎ পৰিমাণৰ বাৰ্মিজ চিগাৰেট জব্দ…

author-image
asomiyapratidin
New Update
বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা...

  • শিলচৰত বৃহৎ পৰিমাণৰ বাৰ্মিজ চিগাৰেট জব্দ।
  • শিলচৰৰ ৰামনগৰত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চিগাৰেট খিনি।
  • জব্দ ম্যানমাৰত প্রস্তুত Godzilla mosquito coil।
  • এখন বাছৰ পৰা জব্দ কৰা হৈছে চিগাৰেটখিনি।
  • ৩৫ টাৰো অধিক বস্তাৰ ভিতৰত ভৰাই আনিছিল বাৰ্মিজ চিগাৰেটখিনি।
  • বৃহৎ পৰিমাণৰ সামগ্রীসহ নুৰুল আলম নামৰ বাছ চালকজনক আটক।