New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/matric-results.jpg)
- ৭ জুনত ঘোষণা হ'ব মেট্রিক আৰু হাইমাদ্রাছাৰ ফলাফল।
- টুইটযোগে ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
- ২০ জুনত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল।
- উল্লেখ্য যে, কিছুদিন পূৰ্বেই শিক্ষা সংসদৰ লগত আছু মিলিত হৈছিল বৈঠকত।
- গুণোৎসৱৰ বাবে ফলাফল ঘোষণা কৰাত পলম হোৱা বুলি কৈছিল কৰ্তৃপক্ষই।
- অৱশেষত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us