/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
ডিজিটেল ডেস্ক : আজি ঘোষণা হ'ব ৰাজ্যৰ বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । এই কথা টুইটযোগে জনালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে । শিক্ষামন্ত্ৰী গৰাকীয়ে টুইটযোগে ফলাফল ঘোষণাৰ কথা উল্লেখ কৰাৰ ওপৰিও নিম্নোক্ত ৱেবচাইটসমূহত পুৱা ১০ বজাৰ পৰা ফলাফল উপলব্ধ হ'ব বুলিও ঘোষণা কৰে । ইয়াৰ সৈতেই পৰীক্ষাৰ্থীসকলে এই ৱেবচাইটকেইটাতে পৰীক্ষাৰ মাৰ্কশ্বীট লাভ কৰিব বুলিও জানিব পৰা গৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/eb7cd6db-bfe6-4084-a2d5-f05845df3f94/FwsvjfIX0AEl_Ld.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7a34639e-9199-476e-a779-b1187be90dc8/Fwsvje6XgAA9Y5J.jpg)