হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ ঢেকিয়াজুলিৰ হৃদম ঠাকুৰীয়াৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথমস্থান লাভ কৰিলে হৃদম ঠাকুৰীয়া শংকৰদেৱ শিশুনিকেতন ঢেকিয়াজুলি বিদ্যালয়ৰ।

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

  • হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথমস্থান লাভ কৰিলে হৃদম ঠাকুৰীয়া শংকৰদেৱ শিশু নিকেতন ঢেকিয়াজুলি বিদ্যালয়ৰ।

  • তেওঁ মুঠ ৬০০ নম্বৰৰ ভিতৰত লাভ কৰে ৫৯৬ নম্বৰ।

  • তেওঁৰ নম্বৰৰ শতকৰা হাৰ ৯৯ শতাংশ।

  • এইবাৰ হাইস্কুল শিক্ষান্ত অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৪ লাখ ১৯হাজাৰ ৮৮৭ গৰাকী।

  • হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭২.৬৯ শতাংশ ।

result hslc