/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/agrani-news.jpg)
হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ নেহা মহন্তৰ।
বজালী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰীগৰাকী।
২ নম্বৰৰ বাবে পোৱা নাছিল স্থান।
উত্তৰ বহীৰ পুনৰীক্ষণৰ আবেদন জনাইছিল নেহাই।
অসমীয়া বিষয়ত ২ নম্বৰ অধিক লাভ কৰে মেধাৱী ছাত্ৰীগৰাকীয়ে।
সৰ্বমুঠ ৫৮৫ নম্বৰ লাভেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰে নেহা মহন্তই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us