/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2019/02/599104-hslc-results-2017.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২৩ ত মুঠ ৪১৫৩২৪ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ৯৪৯১৩ গৰাকীয়ে প্ৰথম স্থান, ১৪৮৫৭৩ গৰাকীয়ে দ্বিতীয় স্থান, আৰু ৫৮৩৯৪ গৰাকীয়ে তৃতীয় স্থান লাভ কৰিছে।
মুঠ ৩০১৮৮০ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে এইবাৰৰ পৰীক্ষাত। ইয়াৰ ভিতৰত ১৫৯৩৫৬ গৰাকী ছাত্ৰী আৰু ১৪২৫২৪ গৰাকী ছাত্ৰ। ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ উত্তীৰ্ণৰ হাৰ ৭২.৬৯ শতাংশ। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৭০.৯৬ শতাংশ আৰু ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৪.৭১ শতাংশ।
Also Read: শীৰ্ষ ১০ ত কোন কোন ?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us