/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/7efcf7ea-e8cc-47bd-a073-f56156f35253/111.jpg)
ডিজিটেল ডেস্ক: প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত শেহতীয়া খবৰ--
•প্রশ্নকাকত ফাদিল ঘটনাৰে জড়িত ডিব্রুগড়ত মুঠ ১১জনক আটক
•আটাইকেইজনকে CIDৰ জিম্মালৈ প্রেৰণ
•ইয়াৰে ডিব্রুগড়ৰ ছল্টব্রুক একাডেমীৰ ৮জন; ৫জন একাদশ শ্রেণীৰ, ৩জন দ্বাদশ শ্রেণীৰ
•ব্রহ্মপুত্র ভেলীৰ দশম শ্রেণীৰ এজন ছাত্রসহ আন দুজনক আটক
•আৰক্ষীৰ জেৰাৰ সন্মুখীন গোগামুখ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক
•জেৰাৰ সন্মুখীন মৰিধল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্রৰ পৰিদৰ্শক
•ছল্টব্রুক একাডেমীৰ সঞ্চালক, অধ্যক্ষসহ শিক্ষক-শিক্ষয়িত্রীৰ ম’বাইল জব্দ
Also Read: 10 Historical places in Assam: অসমৰ ঐতিহাসিক ঠাইসমূহ