/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/bcd548c1-ebdb-47df-a826-b4f2988f9fe0/AP_FORfee_1111.jpg)
-
মেট্রিকৰ অসমীয়া পৰীক্ষাৰ প্রশ্নকাকতো ফাদিল।
-
বাতিল হ’ব মেট্রিকৰ অসমীয়া পৰীক্ষাও।
-
টুইটযোগে সদৰী কৰিলে মুখ্যমন্ত্রীয়ে।
-
নতুনকৈ অসমীয়া পৰীক্ষাৰ দিন ধাৰ্য কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ।
-
ছেবাক নতুনকৈ তাৰিখ ধাৰ্য কৰাৰ পৰামৰ্শ মুখ্যমন্ত্রীৰ।
-
আৰক্ষীৰ জেৰাত ফাদিল হৈছে বহু বিস্ফোৰক তথ্য।
-
জেৰাত মুখ খুলিছে শিক্ষক প্রণৱ দত্তই।
-
লুইত খাবলুৰ কেন্দ্রৰ তত্বাৱধায়ক প্রণৱ দত্ত।
-
আজি লখিমপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল প্রণৱ দত্তক।
-
জেৰাত সদৰী হৈছে প্রশ্নকাকত ফাদিলৰ তথ্য।