/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/AP-FOR-WEB-Nagaon-Result_.jpg)
ডিজিটেল ডেস্ক, নগাঁও: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তিনিওটা শাখাতে স্থান লাভৰ তালিকাত উজ্বলিল নগাঁও।জিলা খনৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে এইবাৰো তিনিওটা শাখাতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা মুঠ ৫ জনে, গীতাঞ্জলী ছিনিয়ৰ স্কুলৰ পৰা এজনে, ৰামানুজনৰ পৰা ৭ জনে এইবাৰ স্থান লাভ কৰিছে। তাৰমাজতে নগাঁও চৰকাৰী লৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এজনে স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।
স্থান লাভৰ ক্ষেত্ৰত শীৰ্ষত আছে নগাঁও জিলা। স্থান লাভ কৰা শিক্ষানুষ্ঠান আৰু ছাত্ৰ-ছাত্ৰী সকলৰ নাম সমূহ হ'ল-
বাণিজ্য শাখাত
ছিমৰাণ ছুৰাণা, অষ্টম স্থান- নগাঁও গভট বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয় (৪৬৫ নম্বৰ)।
চন্দন বৰা, নৱম স্থান- গীতাঞ্জলী ছিনিয়ৰ স্কুল (৪৬১ নম্বৰ)
কলা শাখা
নিলয় কুৰ্মী, তৃতীয় স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (৪৮৩ নম্বৰ)
প্ৰত্যুষ প্ৰতীম বৰা, পঞ্চম স্থান, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (৪৮০ নম্বৰ)
উপাসনা শইকীয়া, ষষ্ঠ স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী (৪৭৮ নম্বৰ)
মেঘনা বৰা, দশম স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (৪৭৩ নম্বৰ)
বিজ্ঞান শাখা
সুৰজিত সূত্ৰধৰ, তৃতীয় স্থান, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (৪৮৬নম্বৰ)
ৰিত্তিক কুমাৰ সূত, চতুৰ্থ স্থান, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, (৪৮২ নম্বৰ)
এলড্ৰিন নাথ, চতুৰ্থ স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (৪৮২ নম্বৰ)
ৰুহান শইকীয়া, পঞ্চম স্থান, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (৪৮১ নম্বৰ)
বৈভৱ সোণোৱাল, সপ্তম স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,(৪৭৭ নম্বৰ)
দেৱাশীষ শৰ্মা, নৱম স্থান কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুস,(৪৭৫ নম্বৰ)
বিকিৰণ নাথ, নৱম স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (৪৭৫ নম্বৰ)
প্ৰীতম সৰকাৰ, নৱম স্থান, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (৪৭৫ নম্বৰ)
আৰু পঢ়ক: কলা শাখাত নৱম স্থান দখলেৰে ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুললৈ গৌৰৱ কঢ়িয়ালে ৰাস্না গগৈয়ে…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us