/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/t-u-i.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত ঘোষণা কৰা হল উচ্চতক মাধ্যমিক বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ফলাফল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰৰ নিশা ২ বজাত টুইটাৰযোগে ফলাফল ঘোষণা কৰিব বুলি জনোৱাৰ পাছত মঙলবাৰে পুৱা ৯ বজাত ফলাফল ঘোষণা কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।
এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। মুঠ ২৬১২৩১ গৰাকী প্ৰাৰ্থীয়ে কলা শাখাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ইয়াৰে ২৮৬৫১ গৰাকীয়ে প্ৰথমস্থান, ৫৮৮৬৯ গৰাকীয়ে দ্বিতীয় স্থান, ৯৫৬৬০ তৃতীয় স্থান লাভ কৰে।
বিজ্ঞান শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ।