New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-8.jpg)
- হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত বৈঠক ।
- মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ সৈতে এই বৈঠকত ভাগ লৈছিল দল-সংগঠনে।
- সদৌ অসম ছাত্ৰ সন্থা, এবছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াৰ উপস্থিতিত এই বৈঠক।
- বৈঠকত উপস্থিত আছে শিক্ষা বিভাগৰ শীৰ্ষ বিষয়া।
- মাৰ্কশ্বিট সন্দৰ্ভত মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, ছাত্ৰ সংগঠনৰ সৰ্ব সন্মত সিদ্ধান্ত গ্ৰহণ।
- এই বৈঠকত বাতিল কৰা হৈছে পূৰ্বৰ প্ৰতিবেদনৰ ৫ নং দফা।
- সকলো চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব মাৰ্কশ্বিট।
- কেৱল শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ভৱিষ্যতে অনুষ্ঠিত হ'ব পৰীক্ষা।
- বৈঠকত শিক্ষামন্ত্ৰীৰ ঘোষণা, ছেপ্টেম্বৰত নহয় কোনো পৰীক্ষা।
- হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত এইবাৰ নাথাকে ষ্টেণ্ড।
- থাকিব ষ্টাৰ আৰু ডিষ্টিংছন।