অসম মুখ্য-পৃষ্ঠা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সূচী সালসলনি… উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সূচী সালসলনি… asomiyapratidin 18 Apr 2022 19:36 IST Follow UsNew Update৪ মে'ত অনুষ্ঠিত হ'বলগীয়া ইংৰাজীৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৩০মে'ত ।৪ মে'ৰ সলনি বিহু বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৩০মে' পিছবেলা।১৯ মে'ৰ অৰ্থনীতি,ভুগোল আৰু মিউজিকৰ পৰীক্ষা হ'ব ৩১ মে'ত।১৯ মে'ৰ গণিতৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৩১ মে' পিছবেলা। assam exam hsআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক