/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/252c9192-35eb-46eb-b412-ecc944d8fe5e/fffffd.jpg)
howly 4th aptf
ডিজিটেল ডেস্ক : হাউলীৰ ৪ৰ্থ এ.পি.টি.এফ বেটেলিয়নৰ কমাণ্ডেণ্ট মুকুট ৰাভাক নিলম্বন কৰা হয়। ৰাজ্য চৰকাৰ আৰু ৰাজ্যপালৰ নিৰ্দেশমৰ্মে নিলম্বন কৰা হয় কমাণ্ডেন্ট গৰাকীক।
উল্লেখ্য যে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ অন্ত্যেষ্টিক্রিয়াত টোপধ্বনিত গুলী নুফুটাৰ বাবেই নিলম্বনৰ নিৰ্দেশ দিয়া হয়। মুখ্যমন্ত্রীৰ উপস্থিতিত বুঢ়া সত্ৰীয়া গৰাকীৰ অন্ত্যেষ্টিক্রিয়াৰ পূৰ্বে কৰা হৈছিল ২১ জাঁই টোপধ্বনি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us