New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2581daf1-1781-4e03-ab9b-32e4951f6c9e/111.jpg)
মেৰাপানীৰ মক্রঙৰ ১নং চিফুৰা গাঁৱত অগ্নিকাণ্ড ।
জুইত জাহ গ’ল এটা বাসগৃহ ।
মুনিন সোণোৱাল নামৰ লোকজনৰ বাসগৃহত এই অগ্নিকাণ্ড ।
শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা অগ্নিকাণ্ডত বিস্ফোৰণ এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ ।
পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত কথমপি প্রাণৰক্ষা পৰিয়ালটোৰ ।