মেৰাপানীৰ মক্রঙৰ ১নং চিফুৰা গাঁৱত অগ্নিকাণ্ড

মেৰাপানীৰ মক্রঙৰ ১নং চিফুৰা গাঁৱত অগ্নিকাণ্ড
  • মেৰাপানীৰ মক্রঙৰ ১নং চিফুৰা গাঁৱত অগ্নিকাণ্ড ।

  • জুইত জাহ গ’ল এটা বাসগৃহ ।

  • মুনিন সোণোৱাল নামৰ লোকজনৰ বাসগৃহত এই অগ্নিকাণ্ড ।

  • শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা অগ্নিকাণ্ডত বিস্ফোৰণ এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ ।

  • পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত কথমপি প্রাণৰক্ষা পৰিয়ালটোৰ ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in