/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/910262b8-a8ee-48ba-8bae-25f141702356/111.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/de9147d3-34dc-470b-a113-51b1c5db054c/Screenshot__62_.png)
-
নলবাৰীৰ চামতাত অগ্নিকাণ্ড ।
-
হোটেলৰ চিলিণ্ডাৰ বিষ্ফোৰণ হৈ সংঘটিত এই অগ্নিকাণ্ড ।
-
চামতাৰ বলিপথাৰ চ'কত সংঘটিত হয় অগ্নিকাণ্ড ।
-
বিতুমনি নামৰ হোটেল খনত চিলিণ্ডাৰ বিষ্ফোৰণ ।
-
অগ্নিকাণ্ডত ভষ্মীভূত হয় হোটেলখন ।
-
অগ্নি নিৰ্বাপক বাহিনীৰ জুই নুমুৱাৰ প্ৰচেষ্টা অব্যাহত ।