নলবাৰীৰ চামতাত অগ্নিকাণ্ড

নলবাৰীৰ চামতাত অগ্নিকাণ্ড
  • নলবাৰীৰ চামতাত অগ্নিকাণ্ড ।

  • হোটেলৰ চিলিণ্ডাৰ বিষ্ফোৰণ হৈ সংঘটিত এই অগ্নিকাণ্ড ।

  • চামতাৰ বলিপথাৰ চ'কত সংঘটিত হয় অগ্নিকাণ্ড ।

  • বিতুমনি নামৰ হোটেল খনত চিলিণ্ডাৰ বিষ্ফোৰণ ।

  • অগ্নিকাণ্ডত ভষ্মীভূত হয় হোটেলখন ।

  • অগ্নি নিৰ্বাপক বাহিনীৰ জুই নুমুৱাৰ প্ৰচেষ্টা অব্যাহত ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in