/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/28c687c3-9fb9-4104-9bd7-af9e50f894d2/lanka 15.jpg)
লংকাত ব্ৰজপাতৰ ফলত মহিলাৰ মৃত্যু...
-
লংকাত ব্ৰজপাতৰ ফলত এগৰাকী মহিলাৰ মৃত্যু।
-
মৃত মহিলাগৰাকীৰ নাম মুছা বেগম।
-
লংকাৰ ৭ নং উদালিত সংঘটিত এই ঘটনা।
-
সোমবাৰে বিয়লি প্ৰায় ৪:৪০ বজাত ঘৰৰ বাৰান্দাত বহি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।
-
ব্ৰজপাতত অতি গুৰুতৰভাবে আহত মহিলাগৰাকীক প্ৰথমে লংকা প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
Also Read: বোকাখাতৰ বান বিধ্বস্ত বংকোৱালত বিকল্প যাতায়তৰ বাবে নাও প্ৰদান CPI (M)ৰ...